“`html
Notifications
📢 ২০ জুন ২০২৬ তাৰিখে শনিবাৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ বাৰ্ষিক “কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস আৰু সম্বৰ্ধনা অনুষ্ঠান” উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰপ্ৰাপ্ত বিজয়ী প্ৰতিযোগীসকলৰ নাম মুকলি সভা অনুষ্ঠানত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব। 🏆 বিজয়ী প্ৰতিযোগীসকলৰ নাম অৰুণজ্যোতি যুৱ সংঘৰ অ’ফিচিয়েল ৱেবছাইট (https://www.arunjyoti.in) তো উপলব্ধ হ’ব।
“`